মােৱামৰীয়া গণ বিদ্রোহ

মােৱামৰীয়া গণ বিদ্রোহ
পাঠ্যপুথিৰ প্ৰশ্ন আৰু উত্তৰ
অতি চম উত্তৰৰ প্ৰশ্ন
প্রশ্নঃ ১। মায়ামৰা কি?
উত্তৰঃ
এখন বৈষৰ সত্ৰৰ নাম।
প্রশ্নঃ ২া সত্ৰ বুলিলে কি বুজা?
সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নামধর্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু
প্রসাৰৰ বাৰে গঢ়ি উঠা কিছুমান ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।
প্রশ্নঃ ৩| সংহতি কি?
শংকৰদেৱৰ মহাপ্রয়াণৰ পিছত তেওঁৰেই শিষ্য প্রশিষ্যসকলৰ মাজত হােৱা বিবাদকদলৰ
পৰিণতিত্বৰূপে এই সত্ৰসমূহৰ চাৰিটা ভাগ বা সংহতিৰ সৃষ্টি হৈছিল।
প্রশ্নঃ ৪। মােৱামৰীয়া বিদ্রোহ কোনজন আহােম ৰজাৰ দিনত আৰম্ভ হৈছিল?
স্বৰ্গদেউ লক্ষী সিংহৰ দিনত।
প্রশ্নঃ ৫। মােৱামৰীয়া বিদ্রোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল ?
উত্তৰ
স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।
প্রশ্নঃ ৬। কোনজন আহােম ৰজাই প্রথম স্বৰ্গদেউ । স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি
অনুমান কৰা হয়?
চুংমুণ্ডে।
প্রশ্নঃ ৭। চুমফা ভগাৰজাৰ দিনত কোনজন মােৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?
উত্তঃ
গুৰু নিত্যানন্দদেৱক।
প্রশ্নঃ ৮। ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মােৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল
চতুর্ভূজদেৱ মহন্ত।
প্রশ্নঃ৯। আহােমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখ।
ছােমদেউ।

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
চমু। দীঘলীয়া প্রশ্ন উত্তৰ
প্রশ্নঃ ১। মােৱামৰীয়াসকল কোন? এই বিদ্রোহক গণ অভুত্থান বুলি কৰ পৰা যায় নে?
মােৱামৰীয়া শব্দটো মায়ামৰা’ শব্দৰ পৰা উৎপত্তি হােৱা যেন লাগে। মায়ামৰা হৈছে এখন বৈষ্ণৱ
সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তর্ভুক্ত। মুখ্যতঃ মৰাণ জনগােষ্ঠীৰ লােকসকল এই সত্ৰৰ শিষ্য
আছিল। অৱশ্যে ইয়াৰউপৰি অসমৰ অন্যান্য বহূতাে জনজাতি যেনে কছাৰী, চুতীয়া, আহােম
কৈবর্ত আদি লােকৰ মাজত এই সত্রই যথেষ্ট। জনপ্রিয়তা অর্জন কৰিছিল। তথাকথিত সমাজ
ব্যৱস্থাত এই জনজাতীয় সকলক হীন বা নীচ বুলি জ্ঞান কৰা হৈছিল। কিন্তু শূদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা
পৰিচালিত মায়ামৰা সত্ৰত তেওঁলােকে এক সুকীয়া মর্যাদা পাইছিল। যাৰ বাবে দিনক দিনে এই সত্ৰত
শিষ্যৰ, সংখ্যা বাঢ়ি গৈছিল।।
মােৱামৰীয়া বিদ্রোহক গণ অভ্যুত্থান বুলি অভিহিত কৰিব পাৰি। কাৰণ এই বিদ্রোহত যােগদান
বৃত্তিধাৰী লােক। এ
কটি
প্রশ্নঃ ২। মােৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।
মােৱামৰীয়া বিদ্রোহ স্বৰ্গদেউ লক্ষী সিংহৰ দিনত আৰম্ভ হৈছিল আৰু প্রায় ৩৫ বছৰ কাল জুৰি
অসমৰ ৰাজনৈতিক আৰু সামাজিক আকাশ আৱৰি আছিল। বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ আছিল
এনেধৰণৰ
| মােৱামৰীয়া শিষ্যসকলৰ গুৰুৰ প্রতি অগাধ ভক্তি আছিল। প্রয়ােজনত তেওঁৰ হকে প্রাণ
বিসর্জন দিবলৈও কুণ্ঠাবােধ কৰা নাছিল। মায়ামৰা সত্ৰৰ এই শিষ্যসকলে কোনাে কাৰণতে গুৰুৰ
বাহিৰে অন্যৰ ওচৰত মূৰ নােদোৱাইছিল। তেনে পৰিস্থিতি গুৰুৱে নিজকে মহাশক্তিশালী আনকি
স্বৰ্গদেউৰ লগতাে তুলনা ৰ দুঃসাহস কৰিছিল। ফলত আহােম ৰজা আৰু গুৰুৰ মাজত দ্বন্দ্ব সৃষ্টি
হৈছিল। এবাৰ স্বৰ্গদেউ প্রতাপ সিংহই মােৱামৰীয়া শিষ্যসকলৰ গুৰুভক্তিক উপলুঙা কৰাৰ মানসেৰে
সত্ৰৰ দুজন শিষ্যক এটা ঘোঁৰাত উঠাই দি ঘোঁৰা চেকুৰাই দিলে। সন্মুখন দুখন চোকা তৰােৱাল
সিহতৰ ডিঙিৰ সমানকৈ পঠালিকে বান্ধি ৰাখিলে। তেওঁ ভাবিছিল যে মােৱামৰীয়া শিষ্য দূজনে মৃত্যুৰ
ভয়ত। শিৰ নত কৰিবলৈ বাধ্য হব। কিন্তু সকলােকে হতচকিত কৰি দুয়াে শিষ্যই শিৰচ্ছেদ গ্রহণ
কৰিলে কিন্তু নিজৰ মূৰ নােদোৱালে। এই ঘটনাই মােৱামৰীয়া মহন্তৰ মান, আত্মবিশ্বাস আৰু সাহস
দুগুণ বৃদ্ধি কৰিলে।
প্রতাপ সিংহৰ পিছত পৰৱর্তী ৰজা চুকফা ভগাৰ্জাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু
নিত্যানন্দদেৱক ৰাজ অজ্ঞামতে হত্যা কৰা হৈছিল। মােৱামৰীয়া এই হত্যাকাণ্ডৰ বাবে আহােম
ৰাজতন্ত্রকেইজগৰীয়া কৰিছিল আৰু তাৰ প্রতিশােধ লােৱাৰ বাবে সংকল্প লৈছিল। নিত্যানন্দদেৱৰ
হত্যাৰ পিছত আৰু কেইবাটাও ৰাজ অতিশয্যাৰ প্ৰমাণ পােৱা যায়। তাৰ ভিতৰত শিৱসিংহৰ দিনত
বৰজা ফুলেশ্বৰীৰ নিৰ্দেশত মােৱামৰীয়া মহন্তক বলিৰ ফোট লবলৈ বাধ্য কৰােৱাটো এটা
উল্লেখযােগ্য ঘটনা। এনে ধাৰাবাহিক নির্যাতনৰ পুঞ্জীভূত বেদনাৰ বহিঃপ্রকাশ ঘটিছিল মােৱামৰীয়া
বিদ্রোহত।
প্রশ্নঃ ৩| আহােমৰ ধৰ্মীয় নীতিৰ পৰিৱর্তন মােৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি
ভাবানে? আলােচনা কৰা।

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
প্রশ্নঃ ১০। জয়জ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ
আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত।।
প্রশ্নঃ ১১। ৰন্দ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ।
আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ।
প্রশ্নঃ ১২। কৃষ্ণৰাম ভট্টাচার্য কোন আছিল?
উত্তৰঃ
স্বৰ্গদেউ ৰুদ্ৰসিংহ বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচার্য নামৰ এজন শাক্ত ব্রাহ্মণ পণ্ডিতক
ৰাজ্যলৈ মতাই অনাইছিল। পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্রাহ্মণজনক
নীলাচল পাহাৰত স্থাপন কৰিছিল৷ তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচার্য আৰু তেওঁৰ উত্তৰপুৰুষসকলক
পৰ্বতীয়া গােসাঁই নামেৰে জনাজাত হল।
প্রশ্নঃ ১৩। কোনজন আহােম ৰজাৰ দিনত শাক্তধর্মই অধিক গা কৰি উঠিছিল?
উত্তৰঃ
স্বৰ্গদেউ শিৱসিংহৰ দিনত।
প্রশ্নঃ ১৪। গাগিনি কোন?
উত্তৰঃ
মােৱামৰীয়া মহন্ত অষ্টভূজৰ পুত্র।
প্রশ্নঃ ১৫। মােৱামৰীয়াসকলে পােনপ্ৰথমে কাক ৰজা পাতিছিল?
উত্তৰঃ
নাহৰখােৱাৰ পুত্ৰ ৰমাকান্ত বা মান্দক।
প্রশ্নঃ ১৬। কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?
উত্তৰঃ
১৭৯২ চনৰ নৱেম্বৰ মাহৰ পৰা ১৭৯৪ চনৰ মে মাহলৈ।
প্রশ্নঃ ১৭৷ অসমৰ ক'ত লােণ উৎপাদন হৈছিল?
উত্তৰঃ
শদিয়া আৰু নগাপাহাৰত।
প্রশ্নঃ ১৮| অসমৰ সাধাৰণ মানুহে লােণ কিয়ব্যৱহাৰ কৰিব নােৱাৰিছিল?
উত্তৰঃ
লােণ বৰ দামী বস্তু আছিল বাবে।

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
প্রশ্নঃ ৩| আহােমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মােৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি
ভাবানে? আলােচনা কৰা।
আহােমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মােৱামৰীয়া বিদ্ৰোহৰ এটা প্রধান কাৰক আছিল৷ সেইবিষয়ে তলত
আলােচনা কৰা হলআহােমসকল অসমত ৰাজত্ব কৰাৰ আৰম্ভণিৰে পৰা নিজাববীয়া ধৰ্মত বিশ্বাসী লােক আছিল।
ছােমদেউ আছিল তেওঁলােকৰ প্রধান উপাস্য দেৱতা। কিন্তু সময়ৰ লগে লগে তেওঁলােকে হিন্দু ধর্মীয়
পৰম্পৰাৰ প্রতি আকৃষ্ট হবলৈ আৰম্ভ কৰিছিল। পিছলৈ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ
ৰ নিৰনদেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্রহ প্রদর্শন কৰিছিল। বিভিন্ন
ঠাইত সত্র স্থাপন কৰি মাটিবাৰী, ধন-পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰীলৈ উন্নীত
কৰিছিল। যাৰ ফলত সত্ৰবােৰৰ মাজতে ৰাজ অনুগ্রহ লাভৰ বাবে প্রতিযােগিতা চলিছিল। ভিন্ন
সংহত কৰিছিল। যাৰ ফলত সত্ৰবােৰৰ মাজত ৰাজ অনুগ্রহ লাভৰ বাবে প্রতিযােগিতা চলিছিল। ভিন্ন
সংহতি অথবা বিভিন্ন সত্ৰৰ মাজত দ্বন্দ্ব কাজিয়াৰ সূত্ৰপাত হলৈ লৈছিল। তাৰ পিছত লাহে লাহে
হৰ দিনত বৈষ্ণর সত্ৰবােৰৰ এই প্রতিপত্তি বােধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য
হৈছিল। সেয়েহে গদাধৰ সিংহই আহােমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা
অনুকম্পা নীতিৰ ঠাইত দমন নীতিহে উপযুক্ত বুলি অনুভৱ কৰিছিল। কাৰণ গদাধৰ সিংহ
সিংহাসনত উঠাৰ আগতে তেওঁ যেতিয়া ৰাজৰােষত পৰি বিভিন্ন ঠাইত পলাই ফুৰিছিল তেতিয়া
বিভিন্ন সত্ৰৰ ভিতৰত প্রচলিত ৰাজসিক পৰম্পৰাৰ বিষয়ে জানিব পাৰিছিল। তেওঁ সত্ৰাধিকাৰসকলৰ
ক্ষমতা আৰু শক্তি দেখি তবধ মানিছিল আৰু সত্ৰবােৰ একো একোখন আহােম ৰাজ্যৰ ভিতৰতে
থকা সমান্তৰাল ৰাজ্য বুলি পতিয়ন গৈছিল। সেয়েহে ৰজা হৈয়ে তেওঁ সত্ৰাধিকাৰ আৰু সত্ৰৰ ক্ষমতা
কৰ্তন কৰিবলৈ উঠি-পৰি লাগিছিল। গদাধৰ সিংহৰ দিনৰ পৰিৱৰ্তিত আহােম নীতিৰ সন্মুখত তিস্থিৰ
নােৱাৰি বছুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। বছুকেইজন।
সবাধিকাৰক ধৰি আনি ৰাজ আদেশত অবর্ণনীয় অত্যাচাৰ চলােৱা হৈছিল। অৱশ্যে আহােমৰ এই
নীতি বেছি দিন নাথাকিল। গদাধৰ সিংহৰ পিছৰজনা ৰজা ৰুদ্ৰসিংহই এইনীতিৰ পুনৰাই পৰিৱর্তন
সাধিছিল আৰু নির্বাসিত, নির্যাতিত অথবা পলাতক সত্ৰাধিকাৰসকলক পুনৰাই ঘূৰাই আনি স্বৰ্গদেৱে
গড়গাঁৱৰ সমীপৰ মাজুলীত ধাপিছিল। তাৰ ফলত ৰাজধানীৰ পৰা সততে সত্ৰাধিকাৰসকলৰ ওপৰত
সজাগ দৃষ্টি দিব পাৰিছিল। ইমানেইনহয়, তেওঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত
শৰণ লৈ বামুণীয়া সত্ৰবােৰক বিশেষ মর্যাদা দি শূদ্ৰ সত্ৰাধিকাৰসকলৰ লগত একপ্ৰকাৰ
মনােমালিনাৰ সৃষ্টি কৰিছিল। এইদৰে ব্ৰাহ্মণ আৰু শূদ্ৰৰ মাজত বিভেদৰ বীজ সিচি দুয়াে বৰ্ণৰ
মাজৰ মতান্তৰ বৃদ্ধিহে কৰিছিল। তাৰ পৰিণতি আমি ৰুদ্ৰসিংহৰ পিছৰজনা স্বৰ্গদেউ শিৱসিংহৰ
দিনত স্পষ্টভাৱে প্রতিফলিত হােৱা দেখিবলৈ পাওঁ।
স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী অধিক প্রতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ
দিনত শাক্ত ধর্মই অধিক গা কৰি উঠিবলৈ সুবিধাপালে। এটাসয়ত ৰাজজ্ঞামতেইশূদ্র মহত্তকলৰ
ওপৰত নিৰ্যাল চলিছিল। আনকি তেনে শিষাক জোৰ-জুলুমকৈ শাক্ত পূজাত ভা লৈ বলিৰ তেজৰ
ফোট লম্বলৈ বাধ্য কৰােৱাৰ উদাহৰণ পােৱা যায়। তেনে অত্যাচৰৰ ফলাফলেই আছিল মােৱামৰীয়া
বিদ্রোহ।
প্রশ্নঃ ৪। পাইক প্ৰখা মােৱামৰীয়া বিদ্ৰোহৰ বাৰে কিমানদূৰ জগৰীয়া আছিল? তােমাৰ
নিজস্ব মতামত দাঙি ধৰা।
স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত পাইকৰ সংখ্যা হ্রাস পাই অহাৰ লগে লগে প্ৰজাৰ ওপৰত ৰাজকীয়
শােষণৰ বােজা যথেষ্ট বৃদ্ধি পাইছিল৷ একোজন মানুহক বছৰৰ চাৰি মাহকৈ ৰাষ্ট্ৰই পাইকৰূপে লৈ
যােৱাৰ ফলত কৃষি অর্থনীতিৰ যথেষ্ট ক্ষতি হৈছিল। শাৰীৰিক শ্ৰমৰ বােজা বৃদ্ধিৰ মাজেৰে প্রজা
শশাষণৰ নীতি দেশৰ সাধাৰণ প্ৰজাই সহা কৰা নাছিল।
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ডফলাবহতীয়াৰূপে পৰিগণিত আহােম প্ৰজাসকলে সততে দুই ধৰণে
কৰৰ বােজা মূৰ পাতি লব লাগিছিল। তেওঁলােকে একে সময়তে আহােম ৰাষ্ট্ৰৰ প্রতি বাধ্যতামূলক
পাইক সেৱা দান কৰাৰ লগতে উত্তৰৰ পায়ৰ অঞ্চলত বসবাস কৰা ডফলা জনজাতিসকলকে
পচাৰূপে এবিধ কৰ আদায় দিব লাগিছিল।

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
প্রশ্নঃ ৪। পাইক প্ৰখা মােৱামৰীয়া বিদ্ৰোহৰ বাৰে কিমানদূৰ জগৰীয়া আছিল ? তােমাৰ
নিজস্ব মতামত দাঙি ধৰা।।
উত্তৰঃ
স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত পাইকৰ সংখ্যা হ্রাস পাই অহাৰ লগে লগে প্রজাৰ ওপৰত ৰাজকীয়
শােষণৰ বােজা যথেষ্ট বৃদ্ধি পাইছিল। একোজন মানুহক বছৰৰ চাৰি মাহকৈ ৰাষ্ট্ৰই পাইকৰূপে লৈ
যােৱাৰ ফলত কৃষি অর্থনীতিৰ যথেষ্ট ক্ষতি হৈছিল। শাৰীৰিক শ্ৰমৰ বােজা বৃদ্ধিৰ মাজেৰে প্রজা
শশাষণৰ নীতি দেশৰ সাধাৰণ প্ৰজাই সহ্য কৰা নাছিল।
| ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ডফলাবহতীয়াৰূপে পৰিগণিত আহােম প্রজাসকলে সততে দুই ধৰণে
কৰৰ বােজা মূৰ পাতি ল'ব লাগিছিল। তেওঁলােকে একে সময়তে আহােম ৰাষ্ট্রৰ প্ৰতি বাধ্যতামূলক
পাইক সেৱা দান কৰাৰ লগতে উত্তৰৰ পাহাৰ অঞ্চলত বসবাস কৰা ডফলা জনজাতিসকলকো
পচাৰূপে এবিধ কৰ আদায় দিব লাগিছিল।
| দেশত মুদ্রা অর্থনীতিৰ প্ৰচলন হােৱা নাছিল যদিও যেনেকৈ মানুহৰ হাতত অলপ-অচৰপ
মুদ্রা পৰিছিল তাৰেই সহায়ত তেওঁলােকে পাইক খটাৰপৰা ৰেহাই পােৱাৰ ব্যৱস্থা কৰিছিল। ধনৰ
বিনিময়ত পাইক খটাৰপৰা ৰেহাই পােৱা পাইকক চমুৱা বােলা হৈছিল। চহকী পৰিয়ালৰ লােকে ধনচিত সংগ্ৰহ কৰি ৰজা ঘৰত জমা দি কাঁড়ী পাইকৰ বহীৰপৰা নাম কাটি চমুৱা শ্ৰেণীলৈ উঠিছিল।
চমুৱা শ্ৰেণীলৈ উঠাৰ অৱশিষ্ট কাঁড়ী পাইকৰ ওপৰত শ্ৰমৰ বােজা বাঢ়ি গৈছিল।
এনে ধৰণৰ প্ৰজা শশাষণে আহােম ৰাজতন্ত্রৰ ৰাজহাড় জোকাৰি তুলিছিল। সাধাৰণ
প্রজাসকল সামাজত নিঃকিন বুলি পৰিগণিত হৈছিল। সমাজত এই প্রজাসকলৰ মান-মর্যাদা বােলা
বস্তুটো নাছিল, তেওঁলােক আছিল শ্ৰম কৰা যন্ত্র। তাৰেই ফলস্বৰূপে দেশত সামাজিক সংঘাত বৃদ্ধি
পাইছিল। সেইকাৰণেই সমাজৰ নিম্ন শ্ৰেণীৰ প্ৰজাসকলে আহােম ৰাজতন্ত্রৰ ওপৰত তীর ক্ষোভ
আৰু অসন্তুষ্টিত আছিল। তেওঁলােকে বিদ্রোহ সমাগত হােৱাৰ লগে লগে আন আন বিদেহীসকলৰ
লগতে যােগাযােগ স্থাপন কৰিছিল। এই শােষণ নীতিৰ বাবেই লাহে লাহে মােৱাৰীয়া বিদ্ৰোহৰ সূচনা
হৈছিল।
প্রশ্নঃ ৫। মােৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলােচনা কৰা।
উত্তৰঃ
আহােম শাসনৰ কালছােৱাত হােৱা মােৱামৰীয়া বিদ্ৰোহৰ পৰিণতি বৰ সুদূৰপ্ৰসাৰী আছিল। এই
বিদ্ৰোহৰ ফলতে পৰাক্ৰমী ইংৰাজী সাম্রাজ্যবাদী শক্তিক অসম দেশৰ আহােম শাসকে নিজেই
নিজৰ প্ৰজাৰ বিদ্রোহ দমন কৰিবলৈ মাতি আনিছিল। এই বিদ্ৰোহৰ পৰিণতিত্বৰূপে প্ৰথমবাৰৰ বাবে
শক্তিশালী বিদেশী শাসকে অসমৰ মাটিত ভৰি দিয়ে।
(১) ইংৰাজ সেনাপতি কেপেইন ওৱেলছে মােৱামৰীয়া বিদ্রোহ দমন কৰি সেীৰিনাথ সিংহক পুনৰ
শাসনভাৰ দি উভতি যােৱা কাৰ্য আহােম ৰজাৰ শাসন ক্ষমতাৰ স্বৰূপটো ভালদৰে বুজি পাইছিল।
এই অৱস্থাই অসমৰ প্রতি এক ইংৰাজসকলৰ এক স্থায়ী আকর্ষণ আনে। ইংৰাজসকল অসমলৈ
আহি সমৃদ্ধিশালী অসমৰ ওপৰত তেওঁলােকৰ লােলুপ দৃষ্টি পৰিছিল। ই অসমৰ প্রতি ভৱিষ্যৎ
পৰাধীনতাৰ এক ইংগিত বহন কৰিছিল।
(২) ইংৰাজ সেনাপতি কেপ্তেইন ওৱেলছে অসম অভিযানলৈ আহি আহােম ৰজাৰ শাসন ব্যৱস্থাৰ
যে একেবাৰে শােচনীয় অবস্থা আছিল তাক জানিব পাৰিছিল।
(৩) মােৱামৰীয়া বিদ্রোহীসকলৰ নেতাসকলে নিজৰ ব্যক্তিগত স্বার্থক প্রাধান্য দি দেশৰ স্বার্থ অৱস্থা
কৰিছিল। নেতাসকলে নিজে ৰাজ্য প্রতিষ্ঠা কৰি, ৰজা হৈ দেশ শাসন কৰিবলৈ লৈছিল। নেতাসকলৰ
বিভাজনে বিদ্রোহ মূল উদ্দেশ্যটোক দুর্বল কৰি তুলিছিল।

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
প্রশ্নঃ ৭। কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল ? কিয় তেওঁ আধৰুৱা
অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল?
মােৱামৰীয়া প্রজা বিদ্রোহে সমগ্ৰ আহােম ৰাজ্যত এটা প্রচণ্ড জোকাৰণি তুলিছিল। যাৰ পৰিণতিত
ৰাজতন্ত্রৰ ভেটিয়েই উফৰি ৰাৰ উপক্ৰম হৈছিল। এনে এটা ভয়াবক ৰাজনৈতিক ভূমিকম্পৰ পৰা
ৰক্ষা পৰিবলৈ অভ্যন্তৰীণ ভাৱে আহােম শাসনতন্ত্র সম্পূর্ণরূপে ব্যর্থ হৈছিল আৰু তাৰ ফলত
শত থকা ইংৰাজৰ ইষ্টইণ্ডিয়া কোম্পানিৰ ওচৰত সামৰিক সাহায্য ভিক্ষা কৰিবলৈ
বাধ্য হৈছিল। আহােম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আবেদনৰ প্রতি সম্মৰি জনায় কোম্পানী চৰকাৰে
অসমলৈ সামৰিক অভিযান চলাই। তাশ্যে ইংৰাজেও এনে এক সুযােগৰ অপেক্ষাতেই আছিল। এই
অভিযানৰ প্রধান উদ্দেশ্য আছিল অসমৰ বিষয়ে বিতং খা-খবৰ আৰু তথ্যপাতি সংগ্রহ আৰু লগতে
বৰকান্দাজ আৰু মােৱামৰীয়া বিদ্রোহ দমন কৰি আহােম ৰজাক পুনৰাইসিংহাসনত প্রতিষ্ঠা কৰা।
এই সামৰিক অভিযানৰ নেতৃত্ব দি কেপ্তেইন থমাছ ওৱেলছ অসমলৈ আহিছিল।
ৰ জেনেৰেল লর্ড কর্ণৱলিছৰ উত্ৰসুৰী হিচাপে ছাৰ জন ডাৰে নতুন নীতি
গ্রহণ কৰিছিল। এই নতুন নীতি আছিল পৰৰাজ্যত হস্তক্ষেপ বিৰােধী নীতি। তেওঁ দঢ়তাৰে এই নীতি
কার্যকৰী কৰিব বিচাৰিছিল। সেইবাবে অতি সােনকালে ওৱেলছক অসমৰ পৰা প্রত্যাৱৰ্তন কৰিবলৈ
নির্দেশ দিছিল। সেয়েহে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ লগতে অন্যান্য আহােম ডা-ডাঙৰীয়াসকলে
বাৰম্বাৰ অনুৰােধ কৰা স্বত্ত্বেও ওৱেলছে আধাতে অভিযান সামৰি ঘূৰি যাবলৈ সিদ্ধান্ত লয়।
প্রশ্নঃ ৮। মােৱামৰীয়া বিদোহ দমনত ওৱেলছৰ ভূমিকা বর্ণনা কৰা। তেওঁ কিমানদূৰ সফল
আছিল বুলি ভাবা?
উত্তৰঃ
মােৱামৰীয়া বিদ্রোহীসকলক দমন কৰিবলৈ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আহ্বানক্রমে কোম্পানী
চৰকাৰে পঠোৱা সামৰিক অভিযানৰ নেতৃত্ব দিবলৈ কেপ্তেইন ওৱেলছ অসমলৈ আহিছিল।
| আহােম ৰজাৰ দূৰ্বলতাৰ সুযােগ লৈ নামণি অসমত বহূকেইজন কতলীয়া ৰজাই আহােম
বশ্যতা ওফৰাই দিছিল। দৰঙৰ ৰজা কৃষ্ণ নাৰায়ণৰ বিদ্রোহ, উত্তৰ কামৰূপত হৰদত্ত চৌধুৰীৰ
বিদ্ৰোহৰ প্রতাপত
গৌৰীনাথ সিংহই নগাঁৱত আশ্ৰয় লৈছিল। কিন্তু নগাঁৱতাে সিন্ধু হাজৰিকাৰ নেতৃত্বত চলা বিদ্ৰোহৰ
বাবে স্বর্গদেউ পুনৰাই গুৱাহাটীলৈ পলাই আহিছিল। গুৱাহাটীৰ আশ্রয়য়া বৰ সুখকৰ নাছিল। বৈৰাগী
ৰজাৰ নেতৃত্বত কৈবর্ত সম্প্রদায়ৰ কিছুমান মানুহে গুৱাহাটীত থকা স্বৰ্গদেউৰ আশ্রয়গ্ৰহটোত জুই
লগাই দিয়াত তেওঁ গুৱাহাটীৰ পৰা পুনৰাই পলাবলগীয়া হয়। ব্রহ্মপুত্ৰৰে ভটীয়াই যাওতে আদবাটতে
তেওঁ বংগৰপৰা আহি থকা কেপ্তেইন ওৱেলছক লগ পাই তেওঁৰ ভৰসাতে আকেী গুৱাহাটীলৈ উভতি
আহে আৰু ওৱেলছৰ সহায়ত পুনৰাই গুৱাহাটী অধিকাৰ কৰে। বৈৰাগী ৰজা আৰু তেওঁৰ
অনুগামীসকলক বন্দী কৰা হল। দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ আৰু তেওঁৰ ভেৰােণীয়া সৈনি দল
বৰকান্দাজসকলকো যুদ্ধত পৰাস্ত কৰা হ'ল। হৰদত্ত চৌধুৰীৰ বিদ্রোহ দমন কৰি তেওঁলােকক
আহােমৰ কৰতলীয়া ৰজা হিচাপে পুনৰ স্বীকৃতি দিয়া হল। দৰঙীয়া আৰু কামৰূপীয়া বিদ্রোহ আৰু
বৰকান্দাজ সমস্যাৰ অন্ত পেলাই ওৱেলছে উজনিত আহােম ৰাজ্য নিষ্কন্টক কৰাৰ মানসেৰে ৰংপুৰ
অভিমুখে যাত্ৰ কৰে।
গৱৰ্ণৰ জেনেৰেল কর্ণৱলিছে ওৱেলছৰ অনুৰােধতে অসমলৈ অতিৰিক্ত ফৌজ পঠাইছিল।
ওৱেলছৰ নেতৃত্বত অহা নতুন বৃটিছ ফেীজে আহােমৰ সৈন্যৰ মনােবল বহুগুণে বৃদ্ধি কৰিছিল৷ বৃটিছ
আৰু আহােমৰ সৈন্যৰ যুটীয়া আক্ৰমণত মােৱামৰীয়াসকল তিষ্ঠিব নােৱাৰি ৰংপুৰ এৰি পলাই যাবলৈ
বাধ্য হল। ভালেমান মােৱামৰীয়াৰ মৃত্যু হল।
কেপ্তেইন ওৱেলছ এই বিদ্রোহ দমনৰ ক্ষেত্ৰত সম্পূর্ণরূপেই সফল আছিল। কিয়নাে তেওঁ
সন্যসহ প্রত্যাৱর্তন নকৰালৈ মােৱামৰাসকল পুনৰ গা কৰি উঠিব পৰা নাছিল। কিন্তু তেওঁৰ

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
প্রশ্নঃ ৯। কেপ্তেইন ৱেলছৰ অসম সম্পর্কীয় বিৱৰণ আলােচনা কৰা।
কেপ্তেইন ওৱেলছ চাহাবে অসমৰ বিষয়ে এই মূল্যবান টোকা লিখি সেই সময়ৰ বৃটিছ গৱৰ্ণৰ
জেনেৰেল বাৰ জন ছােন প্রেৰণ কৰিছিল। সেইবিৱৰণৰ পৰা ওঠৰ শতিকাৰ অসমৰ ৰাজনৈতিক
আৰু অর্থনৈতিক অৱস্থা সম্বন্ধে ব লাগতিয়াল কথা জানিব পৰা যায়।
| ওৱেলছৰ টোকাত আহােম ৰাজ্যৰ ৰজা নির্বাচন আৰু তেওঁৰ ক্ষমতা সম্পর্কৰ্থ এটা বর্ণনা
দিয়া আছে। আনকি আহােম শাসনতন্ত্র পাঁচগৰাকী প্রতাপী মন্ত্রী আৰু তেওঁলােকৰ মাজত সঘনাই
চলা ক্ষমতাকেন্দ্রিক অৰিয়াঅৰিৰ ঘটনা টোকাটোত সন্নিৱিষ্ট হৈছে। পাইক প্ৰথাৰ বিষয়েও
টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে ওৱেলছে
কীর্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মােহনমালা গােহাঁইক অনৈতিকভাৱে ৰাজসিংহাসন
লাভ পৰা বঞ্চিত কৰা, মােৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চপদৰীধাৰী মন্ত্রী আমােলাসকলৰ মাজত
ক্ষমতা লাভৰ বাবে চলা অবাঞ্ছিত প্রতিযােগিতাকেই মূলতঃ দায়ী বুলি মত পােষণ কৰিছে। যি কি
নহওক ওৱেলছে এই অচলাৱস্থাৰ পৰা অসম দেশৰ্ক ৰক্ষা কৰাত বৃটিছ সৈন্য কৃতকার্য হােৱা বুলি
দাবী কৰাৰ লগতে অসমত শান্তি স্থাপনৰ বাবে তেওঁ লােৱা বিভিন্ন কার্যব্যৱস্থাৰ বিষয়েও টোকাটোত
উনুকিয়াইছে। ব্যৱসায় বাণিজ্য সম্পর্কত মন্তব্য দিবলৈ গৈ ওৱেলছে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ
ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া যেন লাগে। অসম আৰু বংগদেশৰ মাজত চলা আমদানিৰপ্তানি
বৃহৎ বাণিজ্য ক্ষেত্ৰখনৰ কথা উনুকিয়াই লিখিছিল যে এই বাণিজ্যৰ পৰা অসমে বছৰি। প্রায়
৯০,০০০ টকাৰ শুল্ক আদায় কৰিছিল। অৱশ্যে তাৰে ২৬,০০০ মান টকাহে ৰাজকোষত
সােমাইছিল। তেওঁৰ বিৱৰণৰ পৰা অনুমান কৰিব পাৰি উল্লেখযােগ্য আছিল। বংগদেশৰ পৰা বৰি
প্রায় ১২০,০০০ মােন লােণ আমদানি কৰা হৈছিল। অসমৰ ভিতৰতাে শদিয়া আৰু নগাপাহাৰত কিছু
লােণ উৎপাদন হৈছিল যদিও তাৰ মান নিম্নস্তৰৰ আছিল। লােণ বৰ দামী বস্তু আছিল আৰু সেইবাৰে
সাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ অসমর্থ আছিল। অসমত যথেষ্ট পৰিমাণে ধান উৎপন্ন
হােৱাৰ লগতে সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, তামােল-পাণ, লা, লাে, সােণ আদি উৎপন্ন হৈছিল।
সেই সময়ত গুৱাহাটী এখন আহল-বহল আৰু জনবল নগৰ আছিল। নগৰখন ব্রহ্মপুত্র
নদীৰ দুয়ােপাৰ জুৰি বিস্তৃত আছিল। নদীৰ পাৰত থকা এটা গড়ত ১১৩ টা কামান আছিল আৰু
তাৰে তিনিটা ইউৰােপত তৈয়ৰী আছিল। ব্রহ্মপুত্র নদীৰ পৰা অলপ দূৰৈত ৬ ফুট মান ও পকা।
দেৱালেৰে আগুৰা এডােখৰ ঠাইত ইমান ডাঙৰ এটা ঘৰ আছিল যে তেওঁৰ আটাইবােৰ সৈন্য তাতেই
কিব পাৰিছিল। গুৱাহাটীৰ লগতে আহােমৰ ৰাজধানী ৰংপুৰ নগৰখনৰাে তেওঁ এটি বর্ণনা দিছিল।
ইয়াৰ পৰিসীমা প্রায় ২০ মাইলমান হ'ব। ইয়াতাে ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। অৱশ্যে
বেৰবােৰ উৱলি গৈছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবােৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই
ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। বজাৰত উষ্পন্ন বস্তুৰ বেচা কিনা নহৈছিল। ধান
কেতিয়াও বিক্ৰী কৰিব নােৱাৰিছিল। সােণ আৰু নিমখহে বেহা-বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ
হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল৷ সাধাৰণ মানুহে অন্য বস্তুতকৈ টকাৰহে নাটনিত
ল। তথাপি অসম এখন ঐশ্বর্যশালী দেশ আছিল আৰু ৰজা গৌৰীনাথ সিংহই বৃটিছ সেনাৰ
ভৰণ-পােষণৰ বাবে যথেষ্ট টকা-পইচা খৰচ কৰিবলৈ সমৰ্থ হৈছিল।
চমুটোকা লিখা?
প্রশ্নঃ ১। কীর্তিচন্দ্ৰ বৰবৰুৱা?
উত্তৰঃ
ৰাজেশ্বৰ সিংহই ৰাজকার্য পৰিচালনা কৰাতকৈ আমােদ প্রমােদত দিন কটাবলৈহে বেছি ভাল
পাইছিল। তেওঁ ৰাজ্য-শাসনৰ ভাৰ বকতিয়ালৰ কীর্তিচন্দ্র সেন্ধেলা বৰবৰুৱাৰ হাতত অৰ্পণ কৰিছিল।
বৰবৰুৱাৰ ক্ষমতা দিনকদিনে বাঢ়ি যােৱাত ডা-ডাঙৰীয়াসকলে তেওঁক দেখিব নােৱৰা হ'ল। কীর্তিচন্দ্র
সাধাৰণ কাড়ী খেলৰ মানুহ আছিল। নুমলী বৰগােহাঁয়ে চকৰীফেঁটী" নামে এখন বুৰঞ্জী লিখি
কীর্তিচন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালক জলম বটা অর্থাৎ নকল আহােম বুলি উল্লেখ কৰিলে। কীর্তিচন্দ্র
বৰবৰুৱাই এই কথাৰ প্রতিবাদ কৰি নৰা দেশৰ পৰা নিজা আত্মীয় মানুহ আনি প্রমাণ কৰিলে যে

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
(৪) বিদ্রোহী মােৱামৰীয়া নেতাসকলে ৰজাক উচ্ছেদ কৰি বিকল্প এককেন্দ্রিক চৰকাৰ এখন গঢ় দিব
পৰা নাছিল। বিদ্রোহীসকলে ঠায়ে ঠায়ে পতা ৰাজ্যবােৰ ক্ষণস্থায়ী আছিল৷ কেৱল বেংমৰাত ৰানন্দ
সিংহই পতা ৰাজ্যখন ১৮০৫ চনলৈ বৰ্তি আছিল।
(৫) মােৱামৰীয়া বিদ্ৰোহৰ ফলত আহােম ৰাজ্যৰ শাসন ব্যৱস্থা সম্পূর্ণ ভাঙি পৰিছিল। বিদ্রোহ দমনৰ
পিছত ৰজা নামতহে আছিল। পূর্ণনিন্দ বুঢ়াগােহাঁই বিদ্রোহ দমনৰ নামত নিজৰ মইমতালিৰে শাসন
চলাই সকলাে প্রজাকে অতিষ্ঠ কৰি তুলিছিল।
(৬) আহােম ৰজাৰ ক্ষমতাহীনতাৰ সুযােগ লৈ বিদ্রোহীৰ পিছত বুঢ়াগােহাঁহ পূর্ণানই সর্বেসর্বা হৈ
পৰিছিল। তেওঁ আন ডা ডাঙৰীয়াসকলক আওকাণ কৰি, তেওঁলােকক যােগ্য স্থান নিদি নিজৰ স্বার্থ
পূৰণৰ বাবেহে শাসন চলাই গৈছিল। ৰজাৰ নামত, পূর্ণানন্দৰ স্বেচ্ছাচাৰিতাই সীমা চেৰাই গৈছিল।
ইয়াৰ ফলত অসমৰ ডা৷ ডাঙৰীয়াসকল বিদ্রোহী হৈ উঠিছিল। এই সুবিধাতে পানীমুৱাৰ বিদ্রোহ,
সত্ৰামৰ স্বভুযন্ত্র, বৰফুকন বদল চন্দ্র বিদ্রোহ দিয়ে দেখা দিছিল। এইদৰে অসমৰ আহােম শাসনৰ
পতনমুখী গতিয়ে শেষসীমা পাইছিলগৈ।
(৭) মােৱামৰীয়া বিদ্ৰোহৰ ফলত অসমৰ অৰ্থনীতিৰ অৱস্থা শােচনীয় হৈছিল। খেতিপথাৰ বছৰ বছৰ
পৰি ৰৈছিল। দেশত দুর্ভিক্ষই দেখা দিছিল। বেছিভাগ প্রজা হাবিয়েবননিয়ে পলাই গৈছিল। দেশ
উচ্ছন্ন
হৈছিল।
প্রশ্নঃ ৬। মােৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্রোহ বুলি ভাৰ? যুক্তি দিয়া।
উত্তৰ
মােৱামৰীয়া বিদ্রোহত যদিও আহােম ৰজাসকলে বিদ্রোহীসকলক দমন কৰিবলৈ সক্ষম হৈছিল,
তথাপি এই বিদ্রোহত মােৱামৰীয়াসকল বিফল হােৱা বুলি কব নােৱাৰি। কিয়নাে মােৱামৰীয়া। প্রজা
বিদ্রোহে আহােমৰ লাইখুটা লৰাই পেলাইছিল। এই বিদ্রোহত বিদ্রোহীসকলে উজনি, নামনিৰ ৰা
অঞ্চল নিজৰ দখলৈ আনি নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। প্রায় ৩৫ বছৰ কাল যজুৰি চলা এই
বিদ্রোহে মানৰ আক্ৰমণৰ সময়লৈ কেইবাজনাে ৰজাৰ ৰাজত্বকাল অস্থিৰ কৰি ৰাখিছিল।
| মােৱামৰীয়া চতুর্থ বিদ্রোহত চিংফৌসকলৰ জৰিয়তে মােৱামৰীয়াসকলে মানসকলক দুৰাৰাে
অসমলে আনিছিল। যদিও দুয়ােৰেইবুঢ়াগােহাঁৗশয়ে মানসকলক ভেটিদি ওভতাই পঠাইছিল আৰু
মােৱামৰীয়াসকলকো দমন কৰিছিল। কিন্তু মানৰ লগত থকা মােৱামৰীয়া শেহতীয়া বুজাবুজি দেশৰ
কাৰণে মংগলজনকনহয় বুলিবঢ়াগােহাঞিয়ে হাড়ে হিমজুৱে বুজি পাইছিল আৰু সেইবাবে যথাসম্ভৱ
সােনকালে বিদ্ৰোহৰ এটা স্থায়ী সমাধান কৰিবলৈ বিচাৰিছিল। মােৱামৰীয়াসকলৰ ভিতৰত
মৰাণসকলেই স্বাতােকৈ শক্তিশালী আৰু সংখ্যা গৰিষ্ঠ আছিল। সেয়েহে তেওঁলােকক সন্তুষ্ট কৰাটো
অত্যন্ত জৰুৰী আছিল। বুঢ়াগােঞিয়ে মােৱামৰীয়া নেতা সর্বানন্দৰ লগত এখন চুক্তি কৰি বৌমৰাক
কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিউৰ মাজৰ ভূ-খণ্ড মটক ৰাজ্য নাম দি এখন নতুন স্বতন্ত্র ৰাজ্য স্থাপন
কৰে। বনিন্দয়া বহুৰি কৰ সােধাৰলৈ মান্তি হৈছিল। ইয়াৰ পিছত মােৱামৰীয়াসকলে বিদ্রোহত সফল
হৈছিল। কিন্তু এইবিদ্রোহে আহােম ৰাজতন্ত্রৰ ভেটি ওফৰাই পেলােৱাৰ উপক্ৰম কৰিছিল যাৰ ফলত
ইংৰাজসকলক অসমত খােপনি পােতৰ পথ মুকলি কৰি দিয়া হৈছিল আৰু এনেদৰে অসমখনক
এক ভয়াৱহ ভৱিষ্যতৰ ফালে আগুৱাই দিছিল। সেইফালৰ পৰা চালে এই বিদ্রোহক এক বিফল
বিদ্রোহ বুলি কব পাৰি।।
প্রশ্নঃ ৭। কোপ্তইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল ? কিয় তেও আধৰুৱা
অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল?
মােৱামৰীয়া প্রজ্ঞা বিদ্রোহে সমগ্ৰ আহােম ৰাজ্যত এটা প্রচণ্ড জোকাৰণি তুলিছিল। যাৰ পৰিণতিত
ৰাজতন্ত্রৰ ভেটিয়েই উফৰি ৰাৰ উপক্ৰম হৈছিল। এনে এটা ভয়াৰক ৰাজনৈতিক ভূমিকম্পৰ পৰা
ৰক্ষা পৰিবলৈ অভ্যন্তৰীণ ভাৱে আহােম শাসনতন্ত্র সম্পূর্ণরূপে ব্যর্থ হৈছিল আৰু তাৰ ফলত
তেওঁলােকে বংগদেশত থকা ইংৰাজৰ ইষ্টইণ্ডিয়া কোম্পানিৰ ওচৰত সামৰিক সাহায্য ভিক্ষা কৰিবলৈ
বাধ্য হৈছিল। আহােম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আবেদনৰ প্রতি সহাৰি জনায় কোম্পানী চৰকাৰে

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
চমুটোকা লিখা?
প্রশ্নঃ ১। কীর্তিচন্দ্ৰ বৰবৰুৱা?
ৰাজেশ্বৰ সিংহই ৰাজকার্য পৰিচালনা কৰাতকৈ আমােদ প্রমােদত দিন কটাবলৈহে বেছি ভাল
পাইছিল। তেওঁ ৰাজ্য-শাসনৰ ভাৰ ৰকতিয়ালৰ কীর্তিচন্দ্র গেন্ধেলা বৰবৰুৱাৰ হাতত অৰ্পণ কৰিছিল।
বৰবৰুৱাৰ ক্ষমতা দিনকদিনে বাঢ়ি যােৱাত ডা-ডাঙৰীয়াসকলে তেওঁক দেখিব নােৱৰা হল। চন্দ্র
সাধাৰণ কাড়ী খেলৰ মানুহ আছিল। নুমলী বৰগােহাঁয়ে ‘চকৰীফেঁটী” নামে এখন বুৰঞ্জী লিখি
কীর্তিচন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালক জলম বটা” অর্থাৎ নকল আহােম বুলি উল্লেখ কৰিলে। কীর্তিচন্দ্র
বৰবৰুৱাই এই কথাৰ প্রতিবাদ কৰি নৰা দেশৰ পৰা নিজা আত্মীয় মানুহ আনি প্রমাণ কৰিলে যে
তেও সম্পূর্ণ সমান্ত আহােম পৰিয়ালৰ। এনে কাৰ্যই ৰজাৰ বিষয়েও কিবা বেয়া কথা থাকিব পাৰে
বলি সন্দেহ জগালে আৰু ৰজাৰ পৰা ৰাজ্যৰ বুৰঞ্জী পৰীক্ষা কৰাৰ আদেশ ল'লে। তেওঁ বুৰঞ্জী
কিছুমান পৰীক্ষা কৰি আপত্তিজনক কথা থকা বুৰঞ্জীবােৰ পুৰি পেলায়। বৰবৰুৱাৰ এই কার্যই
তেওঁক বৰ অপ্রিয় কৰি তােলে। কিছুমানে ষড়যন্ত্র কৰি তেওঁক বধ কৰিবলৈ চেষ্টা কৰে; কিন্তু তেওঁ
কোনাে রকমে পলাই প্ৰাণ ৰক্ষা কৰে। পাছত তেওঁ ষড়যন্ত্রকাৰীসকলক ধৰি কঠোৰ শান্তি দিয়ে।
কীর্তিচন্দ্ৰ বৰবৰুৱাই মােৱামৰীয়া মহন্তসকলৰ ওপৰত বৰ অত্যাচাৰ কৰে। তেওঁ কেইজনমান
মােৱামৰীয়া নেক অপমান আৰু লঘু লা না কৰা বাবে তেওঁলােক বিদ্রোহী হৈ উঠে। মােৱামৰীয়া
বিদ্রোহীসকলে বিদ্ৰোহৰ সময়ত কীর্তিচন্দ্ৰ বৰবৰুৱাক সবংশে বধ কৰে।
প্রশ্নঃ ২। মায়ামৰা সত্রঃ
উত্তরঃ
‘মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তভূক্ত। মুখ্যতঃ মৰাণ জনগােষ্ঠীৰ
লােকসকল এই সত্ৰৰ শিষ্য আছিল। অৱশ্যে ইয়াৰ উপৰি অসমৰ অন্যান্য বস্তুতাে জনজাতি যেনেকাছাৰী, চুতীয়া, আত্তাম, কৈৱৰ্ত্ত আদি লােকৰ মাজতাে এই সত্রই যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল।
এই জনপ্রিয়তাৰ আৰত থকা এটা বিশেষ কাৰণ আছিল যে এই সত্ৰৰ সত্ৰাধিকাৰসকল আছিল শূদ্র
সম্প্রদায় ভূক্ত। শূদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত জনজাতীয় লােকসকলে এক
সুকীয়া মর্যাদা পাইছিল যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা কঢ়ি গৈছিল। এই সত্ৰৰ
শিষ্যসকলৰ গুৰুৰ প্রতি ভক্তি আছিল অপাৰ। এই মায়ামৰা শব্দৰ পৰাই মােৱামৰীয়া' শব্দটোৰ
উৎপত্তি হােৱা বুলি জনা যায়। এই সত্ৰৰ শিষ্য তথা মহন্তসকলেই পৰৱৰ্তী কালত আহােম
ৰাজশক্তিৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল।
প্রশ্নঃ ৩৷ পূৰ্ণানন্দ বুঢ়াগােহাঞি
পূর্ণানন্দ বুঢ়াগােহাই আহােম সামাজ্যৰ শেষ শক্তিশালী ব্যক্তিত্ব। এইজন ব্যক্তিয়ে বিদ্রোহ দমনৰ
নামত লােৱা ব্যৱস্থা সমূহে প্রজা সাধাৰণক অধিক অশান্ত আৰু ক্ষুভিত কৰি তুলিছিল। বিদ্রোহাত্মক
পৰিস্থিতিৰ সুযােগ লৈ তেখেতে অধিক ক্ষমতাশালী হৈ পৰিছিল আৰু নিজ পৰিয়ালৰ লােকক
গুৰুত্বপূর্ণ পদৰীত মকবল কৰি প্ৰকৃত আহােম ডাঙৰীয়া শ্ৰেণীৰ অন্যান্য যােগ্য লােকক ন্যায়সংগত
প্রাপ্যৰপৰা সততে বঞ্চিত কৰি সন্দেহৰ আৱর্তত সােমাই পৰিছিল। সেই সময়ত ৰাজই ৰাজত্ব
কৰিছিল যদিও পূর্ণানন্দই আছিল আহােম ৰাজ্যৰ সর্বেসর্বা। এই প্রধানমন্ত্রী পূর্ণানন্দ বুঢ়াগােহহি আৰু
নামনি অসমৰ গৱৰ্ণৰ তথা বৰফুকন বদনচন্দ্ৰৰ মাজত থকা ক্ষমতাৰ অৰিয়া-অৰিৰ ফলতেই পাছলৈ
অসম অন্যৰদ্বাৰা শােষিত হৈছিল। তেখেত, তেখেতৰ পিতৃ ঘনশ্যাম বুঢ়াগােহাঁইৰ মৃত্যুৰ পাছৰপৰা
অর্থাৎ ১৭৮২ চনৰপৰা ১৮১৭ চনলৈ প্রায় ৩০-৩৫ বছৰ ধৰি আহােম ৰাজ্য বুঢ়াগােহাঁই তথা ৰাজমন্ত্রী
আছিল।
প্রশ্নঃ ৪। কাড়ী পাইক আৰু চমুৱা পাইক ঃ
উত্তৰঃ
তলা বাজার সালা পম নাগৰিকেট M৫ ৰ পৰা ১০ নম্বর মাসের নিলেন। দেছিলালা।

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
প্রশ্নঃ৬। বৰৰজা ফুলেশ্বৰী?
উত্তরঃ
ফুলেশ্বৰীকুঁৱৰী স্বৰ্গদেউ শিৱসিংহৰ ৰাণী আছিল। তেওঁ কৃষ্ণৰাম ভট্টাচার্য নামৰ পুৰােহিত এজনৰ
ওচৰত শাস্ত্রে ধৰ্মৰ দীক্ষা লৈছিল। সেই সময়ত ব্রাহ্মণ পণ্ডিত সকলে শিৱসিংহৰ ছত্রভংগৰ যােগ
আছে বুলি কৈ ফুলেশ্বৰীক বিৰৰজা উপাধি দি দেশ শাসন কৰিবলৈ দিছিল। ফুলেশ্বৰীয়ে নতুনকৈ
ক্ষমতা পাই বৈষ্ণৱ-মহন্তসকলক বহুতাে নির্যাতন কৰিছিল। তেওঁ সত্ৰাধিকাৰ তথা ভক্তসকলক দেৱী
পূজালৈ নিমন্ত্রণ কৰি জোৰ কৰি পূজাৰ প্ৰসাদ খুৱাইছিল আৰু কপালত বলিৰ তেজৰ ফেটি দিছিল।
এই ঘটনা প্রতিক্রিয়া আহােম বুৰঞ্জীত অতি সুদূৰপ্ৰসাৰী আছিল আৰু মােৱামৰীয়া বিদ্ৰোহৰ ই এই
ঘাই কাৰণ।।
ফুলেশ্বৰী কুঁৱৰী এগৰাকী বিদ্যেৎসাহী মহিলা আছিল। তেওঁ লিখা পঢ়াৰ সুবিধাৰ কাৰণে ৰাজ্যত
বতাে টোল পাতি দিছিল৷ তেওঁৰ নির্দেশতে গৌৰীসাগৰপুখুৰী আৰু দৌল নিমার্ণ কৰা হয়। এওঁৱে
আছিল আহােমৰ ৰাজত্বকালত ৰাজকার্য পৰিচালনা কৰা প্রথম মহিলা। ১৭৩১ খ্রীঃত ফুলেশ্বৰী
কুঁৱৰীৰ মৃত্যু হয়।
প্রশ্নঃ ৭। পতীয়া গােসাই?
স্বৰ্গদেউ ৰুদ্ৰসিংহ, বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচার্য নামৰ এজন শাক্ত বহ্মণ পণ্ডিতক
ৰাজ্যলৈ মই আনিছিল। পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰহ্মণজনক
নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰ পৰা কৃষ্ণৰাম ভট্টাচার্য আৰু তেওঁৰ উত্তৰপুৰুষসকল
পবতীয়া গােসাই' নামেৰে জনাজাত হল।
প্রশ্নঃ ৮। সর্বানন্দঃ
১৭৮৮ চনত গৌৰীচন্দ্র সিংহ গুৱাহাটীলৈ পলাই যােৱাৰ পিছত বিদ্রোহীসকলে বেংমৰাত
(তিনিচুকীয়াত) হাতীচুংগী মৰাণসকলে সবানন্দ নামৰ এজনক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ
লয়। সবানন্দই এই ৰাজত্ব বেছ কিছুদিন সুকলমে শাসন চলাইছিল। তেওঁ ১৮০৫ চনলৈ শাসন
চলাইছিল।
প্রশ্নঃ ৯। ভৰত সিংহ
ভৰত সিংহ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ সম্পৰ্কীয় লােক আছিল। মােৱামৰীয়া বিদ্রোহীসকলে ৰংপুৰ
দখল কৰাৰ পিছত এওঁক ৰংপুৰৰ ৰজা পাতিছিল। ভৰত সিংহই শুকুৰা নামৰ এজন বৰবৰুৱাৰ
লগত দেশ শাসন কৰিছিল।
প্রশ্নঃ ১০। ৰংপুৰ নগৰঃ
ৰংপুৰ নগৰ আছিল গৌৰীনাথ সিংহৰ ৰাজ্যৰ ৰাজধানী। মােৱামৰীয়া বিদ্রোহীসকলে ৰংপুৰৰ সমীপত
উপনীত হােৱাত নিৰাপত্তাহীনতাৰ আশংকা কৰি আহােম ৰজা গৌৰীনাথ সিংহ ১৭৮৯ চনত
গুৱাহাটীলৈ পলায়ন কৰে। পিছত কেপ্টেইন ওৱেলছ আৰু তেওঁৰ বৃটিছ ফেীজৰ সহায়ত আহােম
সন্যই ৰংপুৰ নগৰ সােৱামৰীয়াসকলৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু কেচেইন
ওৱেলছৰ প্ৰত্যাৱর্তনৰ পিছতে মােৱামৰীয়া সকলে পুনৰ ৰংপুৰ দখল কৰিছিল। বাধ্যহৈ বৰ্গদেৱে
যােৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল।

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
প্রশ্নঃ ৪। কাড়ী পাইক আৰু চমুৱা পাইক ০
আহােম ৰাজ্যৰ সকলাে পুৰুষ নাগৰিকেই (১৫ ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ আছিল একো
একোজন পাইক। পাইকসকলক দুটা ভাগত ভাগ কৰিব পাৰি। প্রথম ভাগটো কাড়ী পাইক আৰু
দ্বিতীয় ভাগটো চমুৱা পাই। ইন বাধ্যতামূলক পাইক খটাৰ পৰা ৰেহাই নােপােৱা সাধাৰণ কৃষক
শ্ৰেণীৰ পাইকক ‘কাড়ী বােলা হৈছিল৷ বৃত্তিজীৱি সােণাৰি, কঁহাৰ আদিও এনে কাঁড়ী পাইকৰ লেখত
পৰিছিল। তেওঁলােকে নির্দিষ্ট নিৰিখত ৰজাক কৰ দিব লাগিছিল। পাইকৰ মাটিৰ ওপৰত কোনাে স্বত্ব
নাছিল। তেওঁলােকৰ মাটিবােৰ ৰজাই আধিগ্রহণ কৰিছিল। পাইকসকল দাস নাছিল, সঁচা কিন্তু
তেওঁলােকক ব্যক্তিগত সম্পতিৰ দৰেই ব্যৱহাৰ কৰা হৈছিল। কিন্তু ব্যক্তিগত স্বাধীনতা তেওঁলােকৰ
নাছিল বুলিলেও ভুল হব। ইচ্ছাকৰিলে বছৰেকীয়া কৰ দি তেওঁলােকে পাইখৰ বাবে নির্দিষ্ট
বাধ্যতামূলক গা-খটাৰপৰা ৰেহাই পাইছিল। কিন্তু এনে কৰ বাবে প্রয়ােজনীয় ২/৩ টকা সংগ্রহ
কৰাটোৱেই তেওঁলােকৰ বাবে কঠিন আছিল।
| যিসকল পাইকে খাটিব নােখখাজে তেনে প্ৰজাই ৰজাক দুটকাকৈ (কোনাে কোনাে সূত্রমতে
তিনি টকা) বার্ষিক কৰ দিছিল। এনে লােকক চমুৱা বােলা হৈছিল। দুপুৰা কৰ মুক্ত মাটি তথা গামাটিৰ বাহিৰে
পাইকে অধিকাৰ কৰা অইন মাটিৰ বাবে বার্ষিক এটকা কৰ দিব লাগিছিল। এনে ‘চমুৱা' শ্ৰেণীয়ে
বিষয়া নিযুক্ত হােৱাৰ সুবিধা পাইছিল।
প্রশ্নঃ ৫। ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তিঃ
উত্তৰঃ
আহােম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত
হৈছিল। ১৭৯৩ চনৰ ৮ ফেব্রুৱাৰীত স্বাক্ষৰিত হােৱা এই চুক্তিমতে।
(ক) ইংৰাজৰ অধীনস্থ যিকোনাে ঠাইৰ পৰা অসমলৈ আমদানি হােৱা সামগ্ৰীৰ ওপৰত ১০% কৰ
ধার্য কৰা হল।
(খ) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনাে প্রান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতাে সমপৰিমাণৰ
অর্থাৎ ১০% কৰ ধার্য কৰা হ'ল।
(গ) ধান আৰু চাউলৰ ওপৰত কোনাে কৰ নাথাকিব।
(ঘ) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰােপ
কৰাৰ ব্যৱস্থা কৰা হ'ল।।
(ঙ) ইংৰাজৰ বাহিৰে আন ইউৰােপীয় বেপাৰীয়ে ইংৰাজ আৰু আহােম চৰকাৰৰ বিনা অনুমতিত
অসমত বেহা-বেপাৰ কৰিব নােৱাৰিব।
প্রশ্নঃ৬। বৰৰজা ফুলেশ্বৰী?
উত্তৰঃ
ফুলেশ্বৰীকুঁৱৰী স্বৰ্গদেউ শিৱসিংহৰ ৰাণী আছিল। তেওঁ কৃষ্ণৰাম ভট্টাচার্য নামৰ পুৰােহিত এজনৰ
ওচৰত শাস্ত্ৰ ধৰ্মৰ দীক্ষা লৈছিল। সেই সময়ত ব্রাহ্মণ পণ্ডিত সকলে শিৱসিংহৰ ছত্রভংগৰ যােগ
আছে বুলি কৈ ফুলেশ্বৰীক বিৰৰজা উপাধি দি দেশ শাসন কৰিবলৈ দিছিল। ফুলেশ্বৰীয়ে নতুনকৈ
ক্ষমতা পাই বৈষ্ণৱ-মহন্তসকলক ব্যুতে নির্যাতন কৰিছিল। তেওঁ সত্ৰাধিকাৰ তথা ভক্তসকলক দেৱী
পূজালৈ নিমন্ত্রণ কৰি জোৰ কৰি পূজাৰ প্ৰসাদ খুৱাইছিল আৰু কঁপালত বলিৰ তেজৰ ফোঁট দিছিল।

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
(iii) পূৰ্ণানন্দৰ পদবী আছিল—
() বুঢ়াগােহাঁই।
(e) বৰপাত্ৰগােহাঁই
(b) বৰগােহাঁই।
(d) বৰবৰুৱা।
(a) বুঢ়াগােহাঁই।
(iv) সর্বানন্দক ৰজা পাতিছিল
(a) মাজুলীত
(c) ৰংপুৰত ৰা
(b) বেংমৰাত
(d) বহু দয়াত।
(b) বেংমৰাত।।
(v) গুৰু নিত্যানন্দ দেৱ সত্ৰাধিকাৰ আছিল এক
(a) আউনিআটী সত্ৰৰ
(b) দক্ষিণপাট সত্ৰৰ
(c) মায়ামৰা সত্ৰৰ
(d) ওপৰৰ এটাও নাহয়।
(c) মায়ামৰা সত্ৰৰ।।
প্রশ্নঃ ২। কীর্তিচন্দ্রৰ পিতৃ কোন?
কার্তিচন্দ্ৰৰ পিতৃ ৰূপচন্দ্ৰ বৰবৰুৱা।।
প্রশ্নঃ ৩| মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গৰাকীৰ নাম কি আছিল?
গুৰু নিত্যানন্দ।
প্রশ্নঃ ৪। ৰাণী ফুলেশ্বৰীক কোনে শাক্ত ধৰ্মত দীক্ষা দিয়াইছিল?
কৃষ্ণৰাম ভট্টাচার্য।
প্রশ্নঃ ৫। মােৱামৰীয়া বিদ্রোহ কোনে দমন কৰিছিল ?
কেপ্তেইন থমাছ ওৱেলছ।
প্রশ্নঃ ৬। তিনিচুকীয়াৰ প্রাচীন নাম কি?
তিনিচুকীয়াৰ প্রাচীন নাম বেংমৰা।
প্রশ্নঃ ৭। চুৰক্ষা ভগা ৰজাৰ ৰাজত্ব কালত কোন সত্ৰৰ সত্ৰাধিকাৰক হত্যা কৰা হৈছিল ?
মায়ামৰা সত্ৰৰ।

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
ৰংপুৰ নগৰ আছিল গৌৰীনাথ সিংহৰ ৰাজ্যৰ ৰাজধানী। মােৱামৰীয়া বিদ্রোহীসকলে ৰংপুৰৰ সমীপত
উপনীত হােৱাত নিৰাপত্তাহীনতাৰ আশংকা কৰি আহােম ৰজা সৌৰীনাথ সিংহ ১৭৮৯ চনত
গুৱাহাটীলৈ পলায়ন কৰে। পিছত কেপ্টেইন ওৱেলছ আৰু তেওঁৰ বৃটিছ ফেীজৰ সহায়ত আহােম
সন্যই ৰংপুৰ নগৰ সােৱামৰীয়াসকলৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু কেচেইন
ওরেলছৰ প্ৰত্যাৱর্তনৰ পিছতে মােৱামৰীয়া সকলে পুনৰ ৰংপুৰ দখল কৰিছিল। বাধ্যহৈ স্বর্গদেৱে
যােৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল।
অতিৰিক্ত সম্ভাব্য প্রশ্ন
প্রশ্নঃ ১| তলত দিয়াবােৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা?
(0) সানুষ্ঠান ধ্বংসত গদাধৰ সিংহৰ সোঁহাতম্বৰূপ আছিল
(a) বেজদলৈ ভাণ্ডাৰী বৰুৱা
(b) ৰঙ্গাচৰণ বেজদলৈ ভাণ্ডাৰী বৰুৱা
(c) কীর্তিচন্দ্ৰ বৰবৰুৱা
(d) ওপৰৰ এটাও নহয়।
(b) ৰঙ্গাচৰণ বেদলৈ ভাণ্ডাৰী বৰুৱা।
(i) রূপচন্দ্ৰ বৰবৰুৱাৰ পূৰ্বপুৰুষৰ পেচা আছিল(a) দর
(b) পূজাৰী
(d) বেজ।
(a) দজী।
(a) পূৰ্ণানন্দৰ পদৰী আছিল—
(a) বুঢ়াগােহাঁই।
(c) বৰপাত্ৰগােহইি
(b) বৰগােহাঁই।
(d) বৰবৰুৱা ।

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
প্রশ্নঃ ২০। মােৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ কি?
মােৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ আছিল অর্থনৈতিক আৰু ধৰ্মীয়।
প্রশ্নঃ ২১। কোনবােৰ ব্যক্তিয়ে আহােম ৰাজৰ পাইক সেৱা দানৰ পৰা ৰেহাই পাইছিল?
ব্রাহ্মণ-পুৰােহিত, সংসাৰ বৈৰাগীসন্ন্যাসী, সত্ৰাধিকাৰ আৰু ভকতসকলে পাইক সেৱা দনৰ পৰা
ৰেহাই পাইছিল।
প্রশ্নঃ ২২। মােৱামৰীয়াসকলে কাৰ দিনত দ্বিতীয়বাৰ বিদ্রোহ ঘােষণা কৰে?
উত্তৰ
মােৱামৰীয়াসকলে গৌৰীনাথ সিংহৰ ৰাজত্ব কালত দ্বিতীয়বাৰ বিদ্রোহ ঘােষণা কৰে।
প্রশ্নঃ ২৩। নিত্যানন্দদেৱৰ শিষ্যসকলে গুৰুৰ হত্যাৰ পাছত কি প্রতিজ্ঞা কৰিছিল?
নিত্যানন্দদেৱৰ শিষ্যসকলে গুৰৰ হত্যাৰ পাছত প্রতিজ্ঞা কৰিছিল— মাৰি যাও, মৰি যাও, গুৰুৰ ঋণ
শুজি যাও।
প্রশ্নঃ ২৪া ৰাণী ফুলেশ্বৰীক বৰৰজা উপাধি কিয় দিয়া হৈছিল?
শাক্ত ব্রাহ্মণ পুৰােহিতসকলে ৰজা শিৱ সিংহৰ ছত্রভংগ। যােগ আছে বুলি পতিয়ন নিয়াই ৰাণী
ফুলেশ্বৰীক ছত্র ধাৰণ কৰিবলৈ দি বজা” উপাধি দিছিল।
কৰিছিল?
বৈষ্ণৱ সকল শক্তি পূজাৰ বিৰােধী আছিল। ফুলেশ্বৰীয়ে দেৱী পূজাৰ আয়ােজন কৰি তালৈ
সমাধিকাৰ আৰু মহন্ত-ভকতসকলক ধৰি আনি পূজাৰ প্রসাদ খুৱাই আৰু বলিৰ তেজেৰে ফেটি
দিঘাই তেওঁলােকক নিযার্তন কৰিছিল।
প্রশ্নঃ ২৬। মােৱামৰীয়াসকল কোন সত্ৰৰ শিষ্য আছিল?
বৈষ্ণৱ ধৰ্মৰ কালসংহতিৰ অন্তৰ্গত মায়ামৰা সত্ৰৰ শিষ্য আছিল।
এইসকল লােক আছিল সাধাৰণতে আহােম কৈৱৰ্ত, মৰাণ, চুতীয়া, কছাৰী আৰু কিছুসংখ্যক বর্ণ
হিন্দুৰ লােক।
প্রশ্নঃ ২৭। ৰাজকীয় স্বেচ্ছাচাৰিতাই মােৱামৰীয়া বিদ্রোহ সংঘটিত হােৱাত কি ধৰণে অৱদান
দিছিল আলােচনা কৰা।
মােৱামৰীয়া বিদ্রোহ আহােম যুগৰ ইতিহাসৰ এক উল্লেখযােগ্য ঘটনা। মােৱামৰীয়া বিদ্ৰোহৰ প্ৰথম
আৰু প্ৰধান কাৰণ ধর্মীয় বুলিয়ে কব পাৰি। আহােম ৰজাসকলে হিন্দু ধর্ম গ্রহণ কৰি ঘােৰ শাক
পূজাৰী হৈ পৰিছিল। আনহাতে বৈষ্ণৱ মহন্তসকলে শাক্ত ধমক ঘিণ কৰিছিল। এই কাৰণতে আহােম
ৰজাসকলে বৈষ্ণৱ মহন্তসকলক নানা অত্যাচাৰ, উৎপীড়ন কৰিছিল। স্বেচ্ছাচাৰী আহােম ৰজাসকল
এই বিদ্ৰোহৰ বাবে যথেষ্ট দায়ী। কাৰণ
১) আহােম ৰজা ৰক্ষাৰ শাসনকালত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱৰ আই
ষড়যন্ত্র কৰি হত্যা কৰাইছিল। সত্ৰাধিকাৰৰ শিষ্যসকলে ইয়াৰ প্রতিশােধ লােৱাৰ বাবে প্রতিজ্ঞাবদ্ধ হৈ
অত্যন্ত ক্ষোভ পুহি ৰাখিছিল।

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
প্রশ্নঃ ৮। কোন ৰজাৰ ৰাজত্বকালত মােৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল?
উত্তঃ
স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।
প্রশ্নঃ ৯। কোন ৰজাৰ ৰাজত্ব কালত সত্রানুষ্ঠানৰ ধ্বংস সাধন কৰা হৈছিল?
স্বৰ্গদেউ গদাধৰ সিংহ।
প্রশ্নঃ ১০। কোন ৰজাৰ ৰাজত্ব কালত পােনতে মােৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল?
স্বৰ্গদেউ লক্ষীসিংহৰ দিনত।।
প্রশ্নঃ ১। উজনিত মােৱামৰীয়া বিদ্ৰোহৰ সুযােগ লৈ স্বাধীনতা ঘােষণা কৰা আহােমৰ
কলীয়া ৰাজ্য এখনৰ নাম লিখা।
উত্তঃ
প্রশ্নঃ ১২া দৰঙৰ ৰজা হংসনাৰায়ণৰ পুত্র কোন?
দৰঙৰ ৰজা হংসনাৰায়ণৰ পুত্র কৃষ্ণনাৰায়ণ।
প্রশ্নঃ ১৩| দৰঙৰ ৰজা হংসনাৰায়ণক কোনে হত্যা কৰিছিল?
ৰজা গৌৰীনাথ সিংহই।
প্রশ্নঃ ১৪| বৰকান্দাজ বুলিলে কি বুজা?
উত্তরঃ
ভেৰােনীয়া সৈনিক।
প্রশ্নঃ ১৫৷ শিৱসিংহৰ ৰাণীৰ নাম কি?
শিৱসিংহৰ ৰাণীৰ নাম ফুলেশ্বৰী।
প্রশ্নঃ ১৬। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কোন চনত অসমলৈ সামৰিক বাহিনী পঠিয়াইছিল ?
১৭৯২ চনত ।
প্রশ্নঃ ১৭। পাহক শব্দৰ অর্থ কি?
পাইক শব্দৰ অৰ্থ হৈছে পদাতিক সেনা বা সাধাৰণ শ্ৰেণীৰ। কৃষক আৰু কাৰিকৰ লােক।।
প্রশ্নঃ ১৮ | চমুৱা কোন?
ধনৰ বিনিময়ত পাইক খাটাৰপৰা পােৱা ৰেহাই পাইকেই হৈছে চমুৱা ।।
প্রশ্নঃ ১৯৷ যােৱামৰীয়া বিদ্রোহ কিমান বছৰ ধৰি চলিছিল?
মােৱামৰীয়া বিদ্রোহ ৩৫/৩৬ বছৰ ধৰি চলিছিল(১৭৬৯ ১৮০৫)।

Scan @ 21 Apr 2020 07:51 PM
---------------------------------------------
মােৱামৰীয়া বিদ্রোহ আহােম যুগৰ ইতিহাসৰ এক উল্লেখযােগ্য ঘটনা। মােৱামৰীয়া বিদ্ৰোহৰ প্ৰথম
আৰু প্ৰধান কাৰণ ধর্মীয় বুলিয়ে কব পাৰি। আহােম ৰজাসকলে হিন্দু ধর্ম গ্রহণ কৰি ঘােৰ শাক্ত
পূজাৰী হৈ পৰিছিল। আনহাতে বৈষ্ণৱ মহন্তসকলে শাক্ত ধমক ঘিণ কৰিছিল। এই কাৰণতে আহােম
ৰজাসকলে বৈষ্ণৱ মহন্তসকলক নানা অত্যাচাৰ, উৎপীড়ন কৰিছিল। স্বেচ্ছাচাৰী আহােম ৰজাসকল
এই বিদ্ৰোহৰ বাবে যথেষ্ট দায়ী। কাৰণ ।
(১) আহােম ৰজা ৰক্ষাৰ শাসনকালত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱৰ ৰজাই
ষড়যন্ত্র কৰি হত্যা কৰাইছিল। সত্ৰাধিকাৰৰ শিষ্যসকলে ইয়াৰ প্রতিশােধ লােৱাৰ বাবে প্রতিজ্ঞাবদ্ধ হৈ
অত্যন্ত ক্ষোভ পুহি ৰাখিছিল।
(২) আহােম ৰজা গদাধৰ সিংহই ৰজা হােৱাৰ আগতে অংগক্ষতৰ হাত সাৰি থাকিবলৈ ছদ্মবেশে ঘূৰি
ফুৰোঁতে বৈষ্ণৱ ভকতকসকলৰ ব্যৱহাৰত বৰ ক্ষুন্ন হৈছিল। সেই কাৰণে তেওঁ ৰজা হৈয়ে
মহন্তসকলৰ ওপৰত নানা অত্যাচাৰ আৰম্ভ কৰে৷ সত্রানুষ্ঠানবােৰ ধ্বংস কৰি, সা সম্পত্তি বাজেয়াপ্ত
কৰি ৰাজতৰালত জমা কৰিছিল। তেওঁ ভকতসকলক আলি-পদূলি, মথাউৰি নির্মাণ কামত
শ্ৰমিকৰূপে কাম কৰিবলৈ বাধ্য কৰাইছিল।
(৩) আহােম ৰজা শিৱসিংহৰ শাসনকালত, বৰৰজা, ৰাণী ফুলেশ্বৰীয়ে শাক্ত ধর্ম গ্রহণ কৰি, দেৱী
পূজা কৰি, ধর্মান্ধ হৈ সত্ৰাধিকাৰ, বৈষ্ণৱ মহন্তসকলক বলপূর্বকভাৱে ধৰি পূজাৰ প্ৰসাদ খুৱাই,
বলিকটা তেজেৰে কলাপত ফোট দি অপমান কৰিছিল। এইদৰে স্বেচ্ছাচাৰী আহােম ৰজাসকলে
মােৱামৰীয়াসকলক বিদ্রোহী কৰি তুলিছিল।
(৪) ৰাজকীয় পৰিয়াল, ডা-ডাঙৰীয়াসকলে পাইকসকলক অধিক শ্ৰমৰ বােজা দিছৰৰ ৪ মাহ
খাটনী খাটিবলৈ বাধ্য কৰাইছিল। এইবােৰেই আছিল আহােম ৰজাৰ স্বেচ্ছাচাৰিতাৰ নিদর্শন। গতিকে
ৰজাৰ স্বেচ্ছাচাৰী শাসনেই আছিল বিদ্ৰোহৰ মূল কাৰণ।।
প্রশ্নঃ ২৮। কোনজন আহােম স্বৰ্গদেৱে কি কাৰণত বৈষ্ণৱ সত্রানুষ্ঠানৰ ধ্বংস সাধন
কৰিছিল? তাৰ পৰিণতি কি হৈছিল আলােচনা কৰা।
সত্ৰসমূহ হৈছে বৈষ্ণৱসকলৰ পৱিত্র স্থান। এইবােৰ পােন প্রথম শংকৰদেৱে প্রতিষ্ঠা কৰিছিল। পােন
প্রথমে ৰজা বা ডা ডাঙৰীয়াসকলে এই সত্ৰসমূহলৈ মুক্তহতে দানবৰঙণি আগবঢ়াইছিল। সত্ৰসমূহৰ
লগত জড়িত সরাধিকাৰ, ভকত সকলে পাইক সেৱা দানৰ পৰা ৰেহাই পাইছিল।
ক্রমে এই সত্ৰসমূহৰ সংখ্যা বৃদ্ধি হােৱাত শাৰীৰিক শ্রমদান কৰা লােকৰ সংখ্যা কমি আহিব ধৰিলে।
গতিকে গদাধৰ সিংহই বৈষ্ণৱ সত্রানুষ্ঠানসমূহ ধ্বংস কৰিবলৈ ধৰিলে আৰু তাত থকা সম্পত্তিসমূহ
ৰাজকোষলৈ স্থানান্তৰিত কৰিলে। ইয়াৰ উপৰিও তেওঁ শ-শ বৈষ্ণৱ মহন্ত আৰু শুকতক শ্রমদান
কৰিবলৈ আদেশ দিছিল। যিয়েই এই আদেশ অমান্য কৰিছিল তেওঁলা
x

Post a Comment

0 Comments